HSLC Guru আপোনাক আদৰণি জনাইছে। তলত ASSEB Class 12 (HS 2nd Year) Physics বিষয়ৰ সকলো অধ্যায়ৰ বিস্তৃত প্ৰশ্ন-উত্তৰ আৰু সম্পূৰ্ণ NCERT অনুশীলনী সমাধান অসমীয়া আৰু English মাধ্যম দুয়োটাতে দিয়া হৈছে। ১৪টা অধ্যায়ত স্থিৰ-বিদ্যুৎ, প্ৰৱাহ বিদ্যুৎ, চুম্বকত্ব, তড়িৎ-চুম্বকীয় আবেশন, আলোকবিজ্ঞান, পৰমাণু-নিউক্লিয়াছ আৰু অৰ্ধপৰিবাহী সামৰি লোৱা হৈছে।