HSLC Guru

Class 12 Mathematics Question Answer | গণিত | ASSEB

Class 12 Mathematics (গণিত) — অধ্যায়ভিত্তিক প্ৰশ্ন উত্তৰ

HSLC Guru-ত আপোনাক স্বাগতম। এই পৃষ্ঠাত ASSEB Class 12 Mathematics (গণিত) পাঠ্যপুথিৰ প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডৰ সকলো অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্ন-উত্তৰৰ সংযোগ দিয়া হৈছে — অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যম দুয়োটাতে।

Summary: Complete chapter-wise textbook question answers for ASSEB Class 12 Mathematics (গণিত), covering all 13 chapters of Part I and Part II, in both Assamese medium and English medium, with fully worked solutions to every exercise.


অসমীয়া মাধ্যম (Assamese Medium)

প্ৰথম খণ্ড (Part I)
অধ্যায় 1 — সম্বন্ধ আৰু ফলন
অধ্যায় 2 — প্ৰতিলোম ত্ৰিকোণমিতীয় ফলন
অধ্যায় 3 — মৌলকক্ষ
অধ্যায় 4 — নিৰ্ণায়ক
অধ্যায় 5 — অবিচ্ছিন্নতা আৰু অৱকলনীয়তা
অধ্যায় 6 — অৱকলজৰ প্ৰয়োগ
দ্বিতীয় খণ্ড (Part II)
অধ্যায় 7 — অনুকল
অধ্যায় 8 — অনুকলৰ প্ৰয়োগ
অধ্যায় 9 — অৱকল সমীকৰণ
অধ্যায় 10 — ভেক্টৰ বীজগণিত
অধ্যায় 11 — ত্ৰিবিমিতীয় জ্যামিতি
অধ্যায় 12 — ৰৈখিক প্ৰগ্ৰেমিং
অধ্যায় 13 — সম্ভাৱিতা

English Medium

Part I
Chapter 1 — Relations and Functions
Chapter 2 — Inverse Trigonometric Functions
Chapter 3 — Matrices
Chapter 4 — Determinants
Chapter 5 — Continuity and Differentiability
Chapter 6 — Application of Derivatives
Part II
Chapter 7 — Integrals
Chapter 8 — Application of Integrals
Chapter 9 — Differential Equations
Chapter 10 — Vector Algebra
Chapter 11 — Three Dimensional Geometry
Chapter 12 — Linear Programming
Chapter 13 — Probability

About the Textbook

ASSEB (Assam State School Education Board)-ৰ Class 12 Mathematics পাঠ্যপুথিখন দুটা খণ্ডত প্ৰকাশিত — প্ৰথম খণ্ডত ১ৰ পৰা ৬ নম্বৰ অধ্যায় (সম্বন্ধ আৰু ফলন, প্ৰতিলোম ত্ৰিকোণমিতীয় ফলন, মৌলকক্ষ, নিৰ্ণায়ক, অবিচ্ছিন্নতা আৰু অৱকলনীয়তা, অৱকলজৰ প্ৰয়োগ) আৰু দ্বিতীয় খণ্ডত ৭ৰ পৰা ১৩ নম্বৰ অধ্যায় (অনুকল, অনুকলৰ প্ৰয়োগ, অৱকল সমীকৰণ, ভেক্টৰ বীজগণিত, ত্ৰিবিমিতীয় জ্যামিতি, ৰৈখিক প্ৰগ্ৰেমিং, সম্ভাৱিতা)।

প্ৰতিটো অধ্যায়ৰ পৃষ্ঠাত পাঠ্যপুথিৰ প্ৰতিটো অনুশীলনীৰ সকলো প্ৰশ্নৰ সম্পূৰ্ণ সমাধান, অতিৰিক্ত অনুশীলনীৰ প্ৰশ্ন-উত্তৰ আৰু গুৰুত্বপূৰ্ণ শব্দাৰ্থ দিয়া হৈছে।

Leave a Comment